English Quote in Thought by Amal das

Thought quotes are very popular on BitesApp with millions of authors writing small inspirational quotes in English daily and inspiring the readers, you can start writing today and fulfill your life of becoming the quotes writer or poem writer.

সুখৰ মোহনীয়

বিশ্বব্ৰহ্মাণ্ড খন মায়াৰে ভৰা
নানা‌ মায়াৰে আমি আপোনপাহৰা হৈ আছো
প্ৰকূতিৰ এই যে প্ৰেমৰ মায়া অনন্ত
এই মায়াত পৰি নিজৰ অস্তিত্ব হেৰুৱালু |


মই মোৰ নিজৰ কাম কি?
মই মোক নিজকে জনা উচিত |
প্ৰকূতিৰ মোহনীয় প্ৰেম
সকলো জীৱৰ ক্ষেত্ৰত নিজে নিজে আহে |

মই ইয়াত কোনো জীৱৰ প্ৰেম নথকাৰ কথা কোৱা নাই
মই মোৰ বাবে কোন ?
মই কিনো কৰি আছো
এইবোৰ আমাক সকলোকে কোনটো দিশৰ পৰা জাগ্ৰিত কৰি আছে ?

প্ৰকূতিৰ প্ৰেমত মই নিজকে নিজে
যিমান কাষ চপাইছিলো
মই লাহে লাহে দুখৰ যে কিমান
গভীৰ পৰা গভীৰ সুখ
উপলদ্বি কৰিব পাৰিছো |

English Thought by Amal das : 112016208
New bites

The best sellers write on Matrubharti, do you?

Start Writing Now